" জাতনা"
মোৰ স্বপ্নময় পথাৰ খনিত আকৌ নতুনকৈ সোন-গুতি শিচিছো...
বুকুত অযুত সপোন বান্ধি। ভাবিছিলো সাটোৰঙী কঠিয়াৰ নঁ-পোখা মেলিব।
আৰু হঠাতে সকলোবোৰ মৰহি, লেৰেলী কিবা হৈ গ'ল ঔ।
যোৱাবাৰ জোনাকী নিশা তুমি যে বিহ ধালী গৈছিলা। -জ্যোতিৰঞ্জন বৰা।
©jyotiranjan_bora
-
jyotiranjan_bora 245w