বিবাহ
বিবাহ, কি যে আচৰিত!
যি গৰাকীক লৈ অভিমান কৰা হয়
সেই গৰাকীক জীৱনৰ সাৰথি কৰিবলৈ সক্ষম কেই জন হ'ব পাৰিছিল?
কিমান পীড়ানাদায়ক হ'ব নহয় জানো, যদি আন কোনোৱে সেন্দুৰ দিয়ে?
বয়স, সৌন্দৰ্য্য আপোনাৰ গতি নিৰ্নয় কৰে নে?
তেনে হ'লে কি ভিত্তি এখন বিয়া সম্পূৰ্ণ হয়?
শিক্ষীত হয় যদিও, নিজৰ জীৱনৰ চাবিৰ গুছি আনক দি দিব লগিয়া হয়
নিজৰ মূল্য হ্ৰাস হ'ব পাৰে নি?
সমাজত স্বীকৃতি দিব নে,
একে লিংগৰ বিবাহ, একে জাতিৰ বা ভাষাৰ অমিল
বিবাহ জানো সঁচাকৈয়ে স্বপতবাদি নে
এটা প্ৰচলিত হৈ আছে কেৱল ৰীতি-নীতি হিচাপে?
©leena_afsha_ishrot